চিৰাং, 27 মে': সোমবাৰে বঙাইগাঁৱৰ টেঙাইগাঁও হাইস্কুলত সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা হয় এক স্মৃতিচাৰণ সভা ৷ বঙাইগাঁও জিলা কোঁচ ৰাজবংশী সাহিত্য সভা আৰু কোঁচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পৰ যৌথ উদ্যোগত তথা চিৰাং জিলা কোঁচ ৰাজবংশী সাহিত্য সভাৰ সহযোগত বঙাইগাঁৱৰ টেঙাইগাঁও হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই সভা ৷
সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ স্মৃতিচাৰণ সভা - কোঁচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্প
সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে বঙাইগাঁও জিলা কোঁচ ৰাজবংশী সাহিত্য সভা আৰু কোঁচ ৰাজবংশী সাংস্কৃতিক প্ৰকল্পৰ যৌথ উদ্যোগত তথা চিৰাং জিলা কোঁচ ৰাজবংশী সাহিত্য সভাৰ সহযোগত বঙাইগাঁৱৰ টেঙাইগাঁও হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় স্মৃতিচাৰণ সভা ৷

সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ স্মৃতিচাৰণ সভা
সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ স্মৃতিচাৰণ সভা
সাহিত্যৰত্ন অৰুণ কুমাৰ ৰায়ৰ স্মৃতিত কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমৰ কৃষ্ণ মোহন অধিকাৰীক প্ৰদান কৰা হয় বঁটা ৷ আগন্তুক বৰ্ষতো প্ৰয়াত সাহিত্যিক জনৰ স্মৃতিত বঁটাপ্ৰদানৰ কথা উল্লেখ কৰে সভাৰ আয়োজক সকলে৷