অসম

assam

ETV Bharat / state

বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৩০ কেজি গাঞ্জা

আৰক্ষীৰ অভিযানৰ সময়ত আইনুল হক আৰু হুচেইন আলী নামৰ দুজন লোকৰ পৰা জব্দ ৩০ কেজি ওজনৰ সন্দেহজনক গাঞ্জা

বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৩০ কেজি ওজনৰ গাঞ্জা

By

Published : May 11, 2019, 10:12 PM IST

বঙাইগাঁও, 11 মে': বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত হাপাছাৰাত আৰক্ষীৰ অভিযান৷ গোপন তথ্যৰ ভিত্তিত বঙাইগাঁও জিলা (সদৰ)অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰীৰ নেতৃত্বত চলে এই অভিযান । অভিযানৰ সময়ত আইনুল হক আৰু হুচেইন আলী নামৰ দুজন লোকৰ পৰা জব্দ ৩০ কেজি ওজনৰ সন্দেহজনক গাঞ্জা । দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে ।

বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৩০ কেজি ওজনৰ গাঞ্জা

ABOUT THE AUTHOR

...view details