অসম

assam

ETV Bharat / state

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন - অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অলি ৰায় চক্ৰৱৰ্তী

আন আন জিলাৰ লগতে বঙাইগাঁৱতো শনিবাৰৰ পৰা আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ ২০০ গৰাকী ক'ভিড যোদ্ধাক প্ৰদান কৰা হ'ব এই ভেকচিন ৷

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন
বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন

By

Published : Jan 17, 2021, 8:09 AM IST

বঙাইগাঁও, 17 জানুৱাৰী:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো শনিবাৰৰ পৰা আৰম্ভ হ'ল ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৷ জিলাখনৰ অসামৰিক চিকিৎসালয়ত প্ৰদান কৰা হৈছে এই ভেকচিন ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ ২০০ গৰাকী ক'ভিড যোদ্ধাক প্ৰদান কৰা হ'ব যদিও, শনিবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত শুভাৰম্ভ কৰে ভেকচিন প্ৰদান কাৰ্যসূচী ৷

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন

উল্লেখ্য যে, বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অলি ৰায় চক্ৰৱৰ্তীয়ে প্ৰথমে এই ভেকচিন গ্ৰহণ কৰি ভেকচিন প্ৰদানৰ এই কাৰ্যসূচী উদ্ধোধন কৰে ৷ উদ্ধোধনী অনুস্থানত জিলা উপায়ুক্ত ডাঃএম এছ লক্ষীপ্ৰিয়া উপস্থিত থাকে

বঙাইগাঁৱতো প্ৰদান কৰা হ'ল ক'ভিড ভেকচিন

লগতে পঢ়ক:হাফলঙত আৰম্ভ কৰা হ’ল ক’ভিশ্বিল্ড প্ৰতিষেধকৰ টীকাকৰণ

ABOUT THE AUTHOR

...view details