অসম

assam

By

Published : Apr 3, 2021, 12:42 PM IST

ETV Bharat / state

বিজনীত চিত্তৰঞ্জন বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ

33 নং বিজনী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসৰ সমৰ্থনত বাইক ৰেলী আৰু সমদল সভা অনুষ্ঠিত ৷

বিজনীত চিত্তৰঞ্জন বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ
বিজনীত চিত্তৰঞ্জন বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ

বিজনী,3 এপ্ৰিল:33 নং বিজনী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসৰ সমৰ্থনত বাইক ৰেলী আৰু সমদল সভা ৷ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসৰ প্ৰচাৰ সভাত অংশ লয় অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী ৷

বিজনীত চিত্তৰঞ্জন বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ

সমষ্টিটোত এইবাৰ জাতীয়তাবাদী দলৰ প্ৰাৰ্থী জয় হোৱাৰ লগতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত 20 খনতকৈ অধিক আসন পাব বুলি মন্তব্য কৰে বসুমতাৰীয়ে ৷ বিজনীৰ ৰাইজে এইবাৰ সাম্প্ৰদায়িকতাবাদৰ পৰা অৱসান বিচাৰিছে বুলি মন্তব্য কৰে বসুমতাৰীয়ে ৷

লগতে পঢ়কঃমাজনিশা শিলচৰৰ ৰাজপথত মহিলা আৰক্ষীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details