অসম

assam

ETV Bharat / state

লক ডাউনৰ মাজতে চিৰাঙত ৰঙালী বিহু উদযাপন - চিৰাঙত ৰঙালী বিহু উদযাপন

বুধবাৰে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰী ৰংজুলি আঞ্চলিক বিহু উদযাপন সমিতিৰ ২৭ সংখ‍্যক ৰঙালী বিহু উদযাপন ৷ ল’কডাউনৰ মাজতে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিৰ পৰম্পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে বিজনীবাসীয়ে ৷

ল’কডাউনৰ মাজতে চিৰাঙত ৰঙালী বিহু উদযাপন
ল’কডাউনৰ মাজতে চিৰাঙত ৰঙালী বিহু উদযাপন

By

Published : Apr 15, 2020, 6:07 PM IST

বিজনী, 15 এপ্ৰিল : কৰ’ণাৰ আতংক আৰু লক ডাউনৰ মাজতে চিৰাঙত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উদযাপন কৰা হয়। বুধবাৰে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰী ৰংজুলি আঞ্চলিক বিহু উদযাপন সমিতিয়ে ২৭ সংখ‍্যক ৰঙালী বিহু উদযাপন কৰে।

ল’কডাউনৰ মাজতে চিৰাঙত ৰঙালী বিহু উদযাপন

অনুষ্টুপীয়াকৈ উদযাপন কৰা বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জলেশ্বৰ দৈমাৰী আৰু উপ সভাপতি দ্বিপেন চন্দ্ৰ দাসে,শ্বহীদ তৰ্পণ কৰে দেৱেন চন্দ্ৰ ব্ৰহ্মই । লগতে বিহু উপলক্ষে সভা পৰিচালনা কৰে উদযাপন সমিতিৰ সম্পাদক ৰূপম কুমাৰ দাসে ।

লগতে পঢ়ক: ৰঙালী বিহুত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,অমৃতা গগৈৰ পৰিকল্পনা কি ?

ABOUT THE AUTHOR

...view details