চিৰাং,23 মাৰ্চঃআজিৰে পৰা বন্ধ হৈ পৰিল ভূটানৰ আটাইবোৰ দুৱাৰ । বন্ধ হৈ পৰিল ভাৰত-ভূটান সংযোগী সকলো দুৱাৰ । কৰ'ণাৰ বাবে ইতিমধ্যে কেইদিনমান পূৰ্বেই ভাৰত চৰকাৰে আন্তৰ্জাতিক সীমান্ত ছিল কৰাৰ ঘোষণা কৰিলেও উন্মুক্ত অৱস্থাত আছিল ভাৰত-ভূটান সংযোগী দুৱাৰসমূহ ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও ইতিমধ্যে এই বিষয়ে যোৱা ১৭ মাৰ্চ বাতৰিও পৰিৱেশন কৰা হৈছিল ৷ অৱশেষত সোমবাৰে এইদৰে ভাৰত-ভূটান সংযোগী আটাইবোৰ গেট বন্ধ ঘোষণা কৰিছে চুবুৰীয়া দেশ ভূটানে।
বন্ধ হৈ পৰিল ভাৰত-ভূটান সংযোগী সকলো দুৱাৰ - ভাৰত-ভূটান সংযোগী আটাইবোৰ গেট বন্ধ ঘোষণা
কেইদিনমান পূৰ্বে ভাৰত চৰকাৰে আন্তৰ্জাতিক সীমান্ত ছিল কৰাৰ ঘোষণা কৰিলেও উন্মুক্ত অৱস্থাত আছিল ভাৰত-ভূটান সংযোগী দুৱাৰসমূহ ৷ কিন্তু সোমবাৰে ভাৰত-ভূটান সংযোগী আটাইবোৰ দুৱাৰ বন্ধ ঘোষণা কৰিছে চুবুৰীয়া দেশ ভূটানে।
বন্ধ হৈ পৰিল ভাৰত-ভূটান সংযোগী সকলো দুৱাৰ
Last Updated : Mar 23, 2020, 1:44 PM IST