18 মাৰ্চ, মৰিগাঁওঃ সোমবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্বোগত নিৰ্বাচন সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠিত কৰা হয় এখন আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা। ভাৰতবৰ্ষৰ নিৰ্বাচন, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা, ভাৰতীয় সংবিধান, গণতন্ত্ৰ আৰু সুশাসন ইত্যাদি বিষয় সমূহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় কুইজ প্ৰতিযোগিতাখন৷
মৰিগাঁৱত আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা - কুইজ প্ৰতিযোগিতা
ভাৰতবৰ্ষৰ নিৰ্বাচন, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা, ভাৰতীয় সংবিধান বিষয় সমূহৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাত অনুষ্ঠিত কৰা হয় কুইজ প্ৰতিযোগিতা
![মৰিগাঁৱত আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা](https://etvbharatimages.akamaized.net/breaking/breaking_1200.png)
Breaking News
মৰিগাঁৱত আন্তঃশিক্ষানুষ্ঠান কুইজ প্ৰতিযোগিতা
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্বোগত মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ কুইজ প্ৰতিযোগিতাৰ উদ্ধোধন কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। জিলাখনৰ 11 খন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা প্ৰতিযোগীয়ে অংশ লোৱা এই প্ৰতিযোগিতাখনত আতধৰে ক্ৰমে অৰ্থনীতি বিভাগৰ প্ৰবক্তা পৰাগজ্যোতি মহন্ত, ৰাজনৈতিক বিজ্ঞজনৰ প্ৰবক্তা ডঃ অচ্যুত দাস আৰু ইংৰাজী বিভাগৰ সহযোগী আধ্যাপিকা ডঃ শাৰদশ্ৰী চৌধূৰী শৰ্মাই ।