চিৰাং, 7 জুনঃ চিৰাং জিলাৰ ঢালিগাঁৱত ১৫৩ জন দিব্যাংগ লোকক বহু লাগতিয়াল সামগ্ৰী বিতৰন কৰে ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই৷ দিব্যাংগ সকলৰ বাবে বিশেষ সঁজুলি প্ৰস্তুত কৰা সৰ্বভাৰতীয় সংস্থা এলিমকো আৰু বিজনী কলেজৰ বিশেষ সামাজিক গোটৰ উদ্যোগত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়৷
দিব্যাংগ লোকক যাৱতীয় সামগ্ৰী বিতৰণ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ - দিব্যাংগ
উল্লেখ্য যে আগন্তুক সপ্তাহত চিৰাং জিলাৰ বিজনী কলেজত ৩৫০ জন দিব্যাংগ লোকক এই ধৰণে সামগ্ৰী বিতৰণ কৰিব বুলিও জনায় ।
দিব্যাংগ লোকক যাৱতীয় সামগ্ৰী বিতৰণ বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ
আৰু পঢ়ক ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সত্ৰাধিকাৰৰ উৰুখা পঁজাত জুবিন
শুকুৰবাৰে জিলা উপায়ুক্ত গৌতম তালুকদাৰ, বঙাইগাঁও শোধনাগাৰৰ ভাৰপ্ৰাপ্ত পৰিচালনা সঞ্চালক অমৰেন্দ্ৰ কলিতা সহ শোধনাগাৰখনৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে এই সামগ্ৰী কাৰ্যসূচীত । উল্লেখ্য যে আগন্তুক সপ্তাহত চিৰাং জিলাৰ বিজনী কলেজত ৩৫০ জন দিব্যাংগ লোকক এই ধৰণে সামগ্ৰী বিতৰণ কৰিব বুলিও জনায় ।