চিৰাং, 27 জানুৱাৰীঃবড়ো শান্তি চুক্তি সন্দৰ্ভত মন্তব্য আগবঢ়ালে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷ বড়ো আন্দোলনৰ লগত জড়িক সকলো নেতা কৰ্মীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰমোদ বড়োৱে ৷ বড়ো জাতিৰ বাবে এয়া এক আনন্দৰ সময় বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ লগতে বড়ো শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে এবছুৰ সভাপতি গৰাকীয়ে ৷
অসম চৰকাৰক ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ - বড়ো আন্দোলন
বড়ো চুক্তি সন্দৰ্ভত মন্তব্য কৰি বড়ো আন্দোলনৰ লগত জড়িক সকলো নেতা-কৰ্মীক শুভেচ্ছা জ্ঞাপন কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷
অসম চৰকাৰক ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ
উল্লেখ্য যে,27 জানুৱাৰী অৰ্থাৎ সোমবাৰে বড়ো সমস্যা সমাধানৰ লক্ষ্যৰে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ সম্ভৱনা আছে ৷ NDFBৰ নেতৃবৰ্গ,এবছুকে ধৰি বড়ো জাতীয় সংগঠনৰ নেতৃত্বত প্ৰস্তাৱিত হৈছিল বড়ো শান্তি চুক্তি ৷
আৰু পঢ়কঃ কোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে
Last Updated : Jan 27, 2020, 12:26 PM IST