অসম

assam

ETV Bharat / state

চিৰাঙত ড্ৰাগছসহ আটক ধৃত ব্যৱসায়ী

বিজনী আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী ৷ শনিবাৰে বিজনীৰ মৌতাৰাত আৰক্ষীয়ে হাতে-লোটে আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক ৷

By

Published : Feb 9, 2020, 10:22 AM IST

A man arrested with drugs in Chirang
চিৰাঙত ড্ৰাগছসহ আটক ধৃত ব্যৱসায়ী

চিৰাং, 9 ফেব্ৰুৱাৰীঃ চিৰাঙৰ বিজনীত আটক ড্ৰাগছসহ এজন ব্যৱসায়ী ৷ শনিবাৰে বিজনীৰ মৌতাৰাত আৰক্ষীয়ে হাতে-লোটে আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক ৷ আটকাধীন ব্যৱসায়ীজন বিজনীৰ কাউয়াটিকাৰ ছাইফুল ইছলাম ৷ বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত চলোৱা এক অভিযানত এই ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা এটা নকল পিস্তল, 15টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে এখন মটৰ চাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

চিৰাঙত ড্ৰাগছসহ আটক ধৃত ব্যৱসায়ী

ABOUT THE AUTHOR

...view details