নিউজ ডেস্ক, 11 জুনঃ শনিবাৰে ডেৰাডুনত অৱস্থিত ইণ্ডিয়ান মিলেটেৰি একাডেমিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে 43 গৰাকী আফগানী কেডেটে ৷ ইণ্ডো-আফগানিস্তানৰ মাজত বন্ধুত্বৰ সম্পৰ্ক অধিক সুদৃশ কৰাৰ উদ্দেশ্য এই ব্যৱস্থাৰ গ্ৰহণ কৰা হৈছিল ৷
ডেৰাডুন ইণ্ডিয়ান মিলেটেৰি একাডেমিৰ পৰা স্নাতক হ’ল 43 গৰাকী আফগানী কেডেট - 43 Afghan Gentleman Cadets
ইণ্ডো-আফগানিস্তানৰ মাজত বন্ধুত্বৰ সম্পৰ্ক অধিক সুদৃশ কৰাৰ উদ্দেশ্য এই ব্যৱস্থাৰ গ্ৰহণ কৰা হৈছিল ৷
ডেৰাডুন ইণ্ডিয়ান মিলেটেৰি একাডেমিৰ পৰা স্নাতক হ’ল 43 গৰাকী আফগানী কেডেট
এই কেডেটৰ লেফ্টেন্টেত শ্বেৰজাদ শ্বাৰবাজক শ্ৰেষ্ঠ বিদেশী কেডেটেৰে সন্মানিত কৰাৰ লগতে মুঠ 77 গৰাকী বিদেশী কেডেটক ৰূপৰ পদকেৰে সন্মানিত কৰা হয় ৷ ভাৰতীয় সামৰিক বাহিনীৰ ব্ৰিগেডিয়াৰ সুজিত নাৰায়নৰ তত্বাৱধানত কাবুলত প্ৰশিক্ষণ ইত্যাদি প্ৰদান কৰা হৈছিল ৷