- স্বাধীনতা দিৱসৰ পূৰ্বে পুনৰ আটক আলফা স্বাধীনৰ কেডাৰ ৷
- চৰাইদেউৰ সোণাৰিত আটক কৰা হয় দুৰ্ধৰ্ষ আলফা কেডাৰ ৷
- সোণাৰিৰ ১ নং হাওঁফাওঁ গাঁৱৰ পৰা সোণাৰি আৰক্ষীয়ে আটক কৰে আলফা স্বাধীনৰ কেডাৰ জন ৷
- ধৃত কেডাৰ জনৰ নাম বিমান গগৈ ওৰফে জিৎ অসম ৷
- সম্প্ৰতি আলফা সদস্য গৰাকীক জেৰা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে ৷

পুনৰ আটক আলফা স্বাধীনৰ কেডাৰ