Jignesh Mevani latest news : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানীক
মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ(Jignesh mevani present in Barpeta district judicial court) কৰোৱা হয় গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰৰ ভিত্তিত পুনৰবাৰ অসম পুলিচে আটক কৰিছিল দলিত নেতা গৰাকীক (Jignesh Mevani rearrested by Assam police) ৷
বাক্সাত উপায়ুক্তই পৰিদৰ্শন কৰিলে ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চল
ধুমুহা-বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছে সমগ্ৰ বাক্সা জিলাত ৷ সেয়ে জিলাখনৰ উপাযুক্ত আয়ুষ গাৰ্গে যোৱা কেইবাদিনো নেৰানেপেৰাকৈ হৈ থকা বৰষুণ আৰু ধুমুহা-শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তৰ(DC visits storm affected areas in Baksa) বুজ লয় ৷
জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰক লৈ কংগ্ৰেছ, কৃষক মুক্তিৰ ক্ষোভ প্ৰকাশ
সমাগত গুজৰাটৰ নিৰ্বাচন (Upcoming Gujarat election 2022) ৷ এই নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ মোডীৰ মূল প্ৰতিদ্বন্দ্বী দলিত নেতা জিগনেশ মেৱানী ৷ সেয়ে নিৰ্বাচনত হৰাৰ শংকাত এটাৰ পিছত আনটো গোচৰৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে দলিত নেতাগৰাকীক ৷ এই মন্তব্য জিগনেশ মেৱানীৰ আত্মীয়ৰ ৷
চন্দ্ৰপুৰত বন বিভাগৰ অভিযানত জব্দ বলেৰ’ পিক আপ ভান
অবৈধ বালি খনন তথা পলি(পলস) মাটি খননৰ বিৰুদ্ধে কঠোৰ বন বিভাগ । কিন্তু ভূ-মাফিয়াই চলাই গৈছে খনন কাৰ্য(Land mafia is carrying out excavations) । এইবাৰ নাৰেংগী খণ্ড বন বিষয়াৰ নেতৃত্বত চলা অভিযানত জব্দ পলি মাটি কঢ়িয়াই অনা বলেৰ' পিক আপ ভান(Forest department seized bolero pickup van) ।
CM relief fund : ডিমা হাছাওৰ ২৬৮ গৰাকী হিতাধিকাৰীলৈ পুঁজি-ছাত্ৰবৃ্ত্তি
ডিমা হাছাওৰ যুৱক-যুৱতীৰ মুখত আশাৰ ৰেঙণি । ২৬৮ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পুঁজি আৰু ছাত্ৰবৃত্তি প্ৰদান কৰা হয় (Scholarships to 268 beneficiaries in Dima Hasao) । ছাত্ৰবৃত্তিৰ লগতে প্ৰদান কৰা হয় খেলৰ সামগ্ৰীও ।