Assam assembly winter session : অধিবেশনৰ তৃতীয় দিনা সদনত কি কি বিধেয়ক গৃহীত হ'ল ?
অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয়টো দিনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ লগতে কেইবাখনো বিধেয়ক গৃহীত কৰা হয় (Bills passed on Assam assembly winter session)। বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰায় ৫ খন বিধেয়ক উত্থাপন কৰে ।
Jorhat massive fire: 19 ঘন্টাৰ পাছতো নিৰ্বাপিত হোৱা নাই জুই
যোৰহাটৰ মাৰোৱাৰীপট্টিত বুধবাৰে নিশা সংঘটিত ভয়াবহ জুই এই পৰ্যন্ত নুমুৱা নাই (Massive fire in Jorhat town) ৷ কাষৰীয়া জিলা লগতে অন্যান্য কেন্দ্ৰীয় চৰকাৰ প্ৰতিষ্ঠানৰ প্ৰায় শতাধিক অগ্নিনিৰ্বাপক বাহিনী গাড়ীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে এই পৰ্যন্ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপক বাহিনী(Devastating fire in Jorhat) । জানিব পৰা মতে, এই পৰ্যন্ত প্ৰায় ৩০খন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৪টা বাসগৃহ জাহ গৈছে ।
Sahitya Akademi 2022: গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা
গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা (Sahitya Akademi to Manoj Kumar Goswami) ৷ জনপ্ৰিয় লেখকগৰাকী এই সন্মান লাভ কৰাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ সংবাদ জগতৰ লগতে গোস্বামীৰ লেখনিত মুগ্ধ গ্ৰন্থপ্ৰেমী ৷
Mission Kurukshetra in Nalbari : নলবাৰীত পৰিবহন বিভাগৰ কুৰুক্ষেত্ৰ অভিযান
নলবাৰীতো আৰম্ভ হ’ল কুৰুক্ষেত্ৰ অভিযান ৷ যান-আইন উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে হৈছে নলবাৰীৰ পৰিবহন বিভাগ (Mission Kurukshetra in Nalbari)৷
Illegal Liquor Seized : বোকাজানত 15 লক্ষাধিক টকাৰ অবৈধ সুৰা জব্দ
অসম আৰক্ষীৰ অভিযানত পুনৰ বোকাজানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা (illegal liquor seized at Bokajan) । প্ৰাপ্ত খবৰ অনুসৰি, অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত বুধবাৰে নিশা জব্দ হয় ৫৫০ কাৰ্টন মেঘালয়ৰ অবৈধ সুৰা (illegal liquor from Meghalaya seized at Bokajan) । এক বিশেষ সূত্ৰৰ ভিত্তিত অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত গুৱাহাটীৰ দিশৰ পৰা আহি থকা AS01-PC-4897 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে অবৈধ সুৰাখিনি ।