ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ বাবেই 'কা’ সন্দৰ্ভত নীৰৱ হৈছে নেকি BJP ?
বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখনক (কা) লৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাক লৈ সৰৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটী ৷ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে তথা পুনৰ ৰাজনৈতিক অস্থিৰতাই দেখা দিব পাৰে বুলি বিজেপি চৰকাৰে 'কা' বলৱৎ কৰাৰ বিষয়টো পিছুৱাই আছে বুলিও মত প্ৰদেশ কংগ্ৰেছৰ (APCC on BJP government delaying implementation of CAA) ৷
Rajnath Singh tests positive for covid: ক'ভিডত আক্ৰান্ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
দেশত উদ্বেগজনকভাৱে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । এইবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আক্ৰান্ত হৈছে ক'ভিডত (Defence minister Rajnath Singh tests covid positive)। সম্প্ৰতি হোম কোৱাৰেণ্টাইনত আছে মন্ত্ৰীগৰাকী ।
অসম-মণিপুৰ সীমান্তত দুৰ্বৃত্তৰ গুলী চালনা : আহত এজন
অসম মণিপুৰ সীমান্তত গুলী চালনা ঘটনাত আহত এজন (One injured in Firing at Assam Manipur border) ৷ সমাগত মণিপুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক নিৰ্বাচনী হিংসাৰ ঘটনা বৃদ্ধি পাইছে ৰাজ্যখনত (Pre election violence in Manipur) ।
বৰপেটাত ক’ভিড SOP জাৰি কৰিলে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে
ৰাজ্যত দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । বৰপেটাতো অব্যাহত আছে ক’ভিডৰ ব্যাপক সংক্ৰমণ ৷ সম্প্ৰতি, জিলাখনত কভিড বিধি সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি কৰিছে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ( New COVID SOP in Barpeta) ৷
Tips for better health: এই বছৰ সুস্থ হৈ থকাৰ ১০ উপায়
আপুনি কিছুমান অভ্যাস ত্যাগ কৰি আৰু নতুন অভ্যাস গঢ়ি নিজক সুস্থ কৰি ৰাখিব পাৰে । বহুতে সুস্থ হৈ থকাৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়ায় (Tips for better health)। তাৰ ভিতৰত খাদ্য, শৰীৰচৰ্চা, সুস্থ চিন্তা আদি অন্যতম ৷ যাৰ দ্বাৰা আপুনি নিজকে সুস্থ কৰি ৰাখিব পাৰে ।