National Games 2022: ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিঙত অসমৰ পাঁচটা পদক নিশ্চিত
৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াত (36th Gujarat National Games) বক্সিঙৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে অসমৰ আন দুগৰাকী মহিলা বক্সাৰ যমুনা বড়ো আৰু অংকুশিতা বড়োৱে । অসমৰ ক্ৰীড়াবিদে এতিয়ালৈকে উশ্বুত লাভ কৰিছে তিনিটা পদক ।
Statue of Tarun Gogoi: টীয়কত প্ৰয়াত প্ৰধানমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি নিৰ্মাণ
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ মঙলবাৰে ৮৮ সংখ্যক জন্মদিন (88th birthday of Tarun Gogoi)। অসমৰ ইতিহাসত দীৰ্ঘদিন মুখ্যমন্ত্ৰী হিচাপে অভিলেখ ৰচিছে তৰুণ গগৈয়ে । এইগৰাকী ৰাজনীতিকক শ্ৰদ্ধা জনাই টীয়কৰ ঢেকীয়াখোৱাৰ পৱিত্ৰ শইকীয়া নামৰ ভাস্কৰ্য শিল্পীগৰাকীয়ে নিৰ্মাণ কৰিছে তেওঁৰ প্ৰতিমূৰ্তি (Statue of Former CM Tarun Gogoi)।
Union Minister Sarbananda Sonowal: সুদক্ষিণা শৰ্মা-নীলপৱন বৰুৱাৰ স্বাস্থ্য বুজ ল’লে সোণোৱালে
বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱা বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICU ত (Sudakshina Sharma and Neel Pawan Baruah in ICU) । দুয়োগৰাকী প্ৰথিতযশা শিল্পীৰ স্বাস্থ্যৰ বুজ ল’বলৈ মঙলবাৰে GMCH ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
Video journalist died : নিশা ছয় মহলীয়া বিল্ডিংৰ পৰা পৰি মৃত্যু ভিডিঅ’ সাংবাদিকৰ
সোমবাৰে নিশা ছয় মহলীয়া বিল্ডিঙৰ পৰা পৰি এজন ভিডিঅ’ সাংবাদিকৰ মৃত্যু (Video journalist died in Guwahati) ৷ নিহত সাংবাদিকজনৰ নাম দেৱজিত শৰ্মা ৷
Youth missing from Train: বাংগালুৰু অভিমুখী ৰেলৰ পৰা সন্ধানহীন ৰঙিয়াৰ যুৱক
ৰেলৰ পৰা নিৰুদ্দেশ এজন যুৱক (youth missing from train)৷ গুৱাহাটীৰ পৰা বাংগালুৰুলৈ গৈ থকাৰ সময়তে যাত্ৰীবাহী ৰেলৰ পৰা সন্ধানহীন হৈ পৰে যুৱকজন ৷