Tejaswita Baruah dead : অৱশেষত সাক্ষ্য দিবলৈ আগবাঢ়ি আহিল মাজুলী আছু
তেজস্বিতাৰ মৃত্যুৰ ঘটনাৰ সাক্ষ্য দিবলৈ কোনো লোক বা দল-সংগঠন ওলাই অহা নাছিল । যাৰ বাবে সাক্ষ্য গ্রহণৰ সময়সীমা ১৯ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছিল । অৱশেষত আছুৱে তেজস্বিতাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ওলাই আহিল (AASU demands justice for Tejaswitas family)। বৃহস্পতিবাৰে মাজুলী আছু উপায়ুক্তৰ কাৰ্যালয়ত সাক্ষ্য প্ৰদান কৰে ।
AASU protest in Majuli: খাটিখোৱাৰ ওপৰত চৰকাৰৰ মাধমাৰৰ বিৰুদ্ধে উত্তাল মাজুলী
খাটিখোৱাৰ ওপৰত চৰকাৰৰ মাধমাৰৰ বিৰুদ্ধে উত্তাল হৈ পৰিল মাজুলী ৷ অভাৱনীয় কৰৰ বোজা বহন কৰিব নোৱৰা সাধাৰণ ৰাইজক মুক্তি দিয়াৰ দাবীত আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest against price hike in Majuli)৷
Raijor Dol joining Program : আমগুৰিত ৰাইজৰ দলৰ যোগদান সমাৰোহ
বৃহস্পতিবাৰে আমগুৰিত আয়োজন কৰা হয় ৰাইজৰ দলৰ যোগদান সমাৰোহ (Raijor Dol joining Program held at Amguri) ৷ এই যোগদান সমাৰোহত ককাল ভাঙি নাচিলে এগৰাকী আইতাই । ৰাইজৰ দলৰ নীতি তথা আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আমগুৰি সমষ্টিৰ কমাৰ চুকত আয়োজিত এই যোগদান অনুষ্ঠানত শতাধিক লোকে যোগদান কৰে ।
AASU protest in Guwahati : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ
কৰ বৃদ্ধিৰ চৰকাৰী সিদ্ধান্ত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ (AASU protest against tax and price hike) । ৰাজ্যজুৰি আছুৰ বিক্ষোভ প্ৰদৰ্শন । দীঘলীপুখুৰী পাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু গুৱাহাটী ছাত্র সন্থাৰ প্ৰতিবাদ । মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা (Kamrup district AASU protest in Guwahati) ।
Jal Jeevan Mission : জোনাইৰ লাইমেকুৰীত JJM আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ
জোনাইৰ লাইমেকুৰীৰ মিৰি টাকত ৯৫ লাখটকীয়া জল জীৱন মিছন আঁচনিৰ (Jal Jeevan Mission) কামত ব্যাপক অনিয়মৰ অভিযোগ । আঁচনিৰ উদ্বোধনৰ পিছতে পাইপ ফাটি ওলাইছে পানী ।