অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট কংগ্ৰেছৰ সদন ত্যাগ
দ্বিতীয় দিনাও উত্তাল হৈ পৰে সদন । সদনত প্রশ্নোত্তৰ কালত সময়ৰ অভাৱ আৰু সময়ৰ অভাৱত পৰিপূৰক প্রশ্ন উত্থাপন কৰাৰ পৰা বাৰন কৰাৰ অভিযোগ কংগ্রেছৰ । ফলত অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট হৈ সদন ত্যাগ কৰে কংগ্রেছৰ বিধায়কে(Congress leaves House unhappy with Speaker role)।
Social exclusion in Nagaon : কাকতিগাঁওবাসীৰ পৰামৰ্শ, গাহৰিৰ সলনি গৰু পোহক হীৰেণ নাথে
‘‘পৰম্পৰা অনুসৰি যোগীৰ ভিতৰত গাহৰি, মূৰ্গী আদি পোহা, মাছ বেচা ইত্যাদি নিসিদ্ধ ৷ সেয়ে ধন নাথে গাহৰিৰ সলনি গৰু পোহক’’ ৷ এই মন্তব্য ৰহাৰ দীঘলদৰি কাকতিগাঁৱৰ একাংশ লোকৰ ৷ এনে বাক বিতণ্ডাৰ মাজত এতিয়াও এতিয়াও মাৰ যোৱা নাই ৰহাৰ হীৰেণ নাথ কিম্বা ধন নাথক এঘৰীয়া কৰাৰ প্ৰসংগ (Family victimized by social exclusion in Nagaon) ৷
দুলীয়াজান মহাবিদ্যালয়ৰ চকীদাৰ লম্বোধৰ গগৈৰ ৰহস্যজনক মৃত্যু
দুলীয়াজান মহাবিদ্যালয়ৰ চকীদাৰ লম্বোধৰ গগৈ ৰহস্যজনক মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Body rescued at Duliajan)৷ মঙলবাৰে দুলীয়াজানৰ গুটিবাৰী চাহ বাগিচাত স্থানীয় লোকৰ সহযোগত চকীদাৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Chowkidar of Duliajan College died)৷ জানিব পৰা মতে সোমবাৰে বিয়লি ঘৰৰ বজাৰ কৰিবলৈ ওলাই গৈছিল গগৈ (Chowkidar missing case at Duliajan)৷
লখিমপুৰত ৰহস্যজনক মৃত্যু আৰু হত্যাকাণ্ড
লখিমপুৰত সংঘটিত হৈছে দুটাকৈ হত্যা তথা ৰহস্যজনক মৃত্যুৰ ঘটনা (mysterious murders and deaths in Lakhimpur) । এই হত্যা তথা ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
বহিঃৰাজ্যৰ শিল্পীক প্ৰত্যাহ্বান আমগুৰিৰ গ্ৰামাঞ্চলৰ শিল্পীৰ
শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটিমান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি চলিছে দুৰ্গোৎসৱক লৈ(Preparation for Durga Puja) । মৃৎশিল্পীসকলৰ যেন মূৰ তুলিবলৈ আহৰি নাই(Clay idol of Goddess Durga) । ভিন্ন প্ৰান্তৰ দৰে আমগুৰিৰ দুগৰাকী মৃৎশিল্পীও ব্যস্ত প্ৰতিমা নিৰ্মাণত ।