NDA Vice President Candidate Jagdeep Dhankhar : কোন এইগৰাকী জগদীপ ধনখৰ ?
এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জগদীপ ধনখৰে (BJP Vice President candidate) ১৯৮৯ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু সেই বছৰেই ৰাজস্থানৰ ঝুনঝুনুৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল । ১৯৯০ চনত কেন্দ্ৰীয় মন্ত্ৰী হৈছিল । বৰ্তমান পশ্চিমবংগৰ ৰাজ্যপাল ধনখৰ ।
Presidential Election: কাক ভোট দিব এ আই ইউ ডি এফে ?
নিৰ্বাচনলৈ মাথোঁ এদিন থাকোতেই এ আই ইউ ডি এফে ঘোষণা কৰিলে কোনগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক সমৰ্থন কৰিব দলটোৱে (AIUDF has announced whom they will support) ৷ কাক ভোট দিব এ আই ইউ ডি এফে ?
Youths missing from Bilasipara : চাকৰিৰ প্ৰলোভনেৰে লৈ যোৱা 7 জনকৈ যুৱক নিৰুদ্দেশ
বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁৱৰ বগুলাউৰাত কান্দোলৰ ৰোল ৷ একেখন গাঁৱৰে 7 জনকৈ যুৱক নিৰুদ্দেশ (seven Youths missing at Bilasipara )৷ এই ঘটনাই শংকিত কৰিছে অভিভাৱকৰ লগতে সমগ্ৰ গাঁওবাসীক ৷
ত্ৰিপুৰাৰ ধলাই জিলাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী
ত্ৰিপুৰাৰ ধলাই জিলাৰ অন্তৰ্গত চাউমানুৰ দয়াৰাম কৰবাৰী জুনিয়ৰ বেচিক ইংৰাজী মাধ্যম বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি প্ৰায় ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী ৷
Poor Road condition: ভাৰত-ভূটান সংযোগী পথে ৰাইজক ভুগাইছে যন্ত্ৰণা
ৰঙিয়াৰ বালাগাঁৱৰ মাজেৰে যোৱা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন পথৰ দুৰৱস্থা (Indo Bhutan road)৷ পথটোত ঠায়ে ঠায়ে প্ৰায় পাঁচৰ পৰা সাত ফুট পৰ্যন্ত দ গাঁতৰ সৃষ্টি হৈছে (Poor Road condition at Rangia) ৷