Bangladesh invite Assam CM: ড৹ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ আমন্ত্ৰণ
বাংলাদেশে অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক ঢাকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে (Bangladesh invite assam CM DR Himanta Biswa Sarma)। মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰিছে এই কথা ।
Pankaj Pathak Arrested: আচাৰ্য পংকজ পাঠকক গ্ৰেপ্তাৰ
ফেচবুকত হকে বিহকে পোষ্ট দি সততে বিতৰ্কৰ সৃষ্টি কৰি থকাৰ লগতে নিজকে চিকিৎসা শাস্ত্ৰৰ আচাৰ্য বুলি দাবী কৰি অহা পংকজ পাঠকক(Self claimed Ayurveda expert Pankaj Pathak) অৱশেষত গ্ৰপ্তাৰ কৰিলে আৰক্ষীয়ে(Pankaj Pathak Arrested) ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পংকজ পাঠকক ৷ নাৰীসমাজ আৰু বিশেষকৈ এগৰাকী মহিলা সাংবাদিকক অশালীন মন্তব্য কৰাৰ অভিযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু হৈছিল কেইবাটাও গোচৰ ৷
Presidential election result: আজি দেশে পাব পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি
আজি প্ৰথমে সংসদ ভৱনত বিধায়কসকলৰ বেলটসমূহ গণনা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত গণনা কৰা হ'ব সাংসদসকলৰ বেলটসমূহ (Presidential election result on today) ৷ একোজন সাংসদৰ ভোটৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছে 700 কৈ ৷ আনহাতে, বিধায়কসকলৰ ভোটৰ মূল্য ৰাজ্যসমূহৰ জনসংখ্যা অনুসৰি সুকীয়া সুকীয়া হ'ব ৷
Pray for Zubeen Garg: ৰঙিয়াত কণ-কণ ছাত্ৰৰ ৰাজহুৱা দোৱা
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি ৰঙিয়াত ৰাজহুৱা দোৱা(Wish for Zubeen Garg speedy recovery) । উদিয়ানাৰ হজৰত আহমদ আলী দ্বীনি তালিমি মাদ্ৰাছাত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আশু-আৰোগ্য কামনাৰে আল্লাহৰ ওচৰত দোৱা মাগিলে মাদ্ৰাছাৰ কণ-কণ ছাত্ৰসকলে(Madrassa students Wish for Zubeen Garg) । প্ৰথমে দৰুদ পাঠ কৰে হাফিজ আৰিফ আলীয়ে ৷
NIA worried over rise of LTTE: পুনৰ সক্ৰিয় হৈছে নেকি LTTE: চিন্তিত NIA
প্ৰায় ১৩ বছৰ পূৰ্বেই মৃত বুলি ঘোষণা কৰা লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম(Libareson Tigers of Tamil Ilam) নামৰ নিষিদ্ধঘোষিত সংগঠনটো পুনৰুজ্জীৱিত হোৱাৰ তথ্য বিচাৰি পাইছে National Investigation Agencyয়ে । ইয়াক লৈ চিন্তিত হৈ পৰিছে সংস্থাটো(NIA worried over rise of LTTE) । পাকিস্তান আৰু শ্ৰীলংকাৰ চোৰাং ব্যৱসায়ীৰ সৈতে LTTEৰ সম্পৰ্ক থকাৰ তথ্য বিচাৰি পাইছে NIA ই ।