Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে
দুদিদুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ের্মু শুকুৰবাৰে পুৱা নিলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ দশন কৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ের্মু কামাখ্যা মন্দিৰত উপস্থিত হয়(Draupadi Murmu visited Kmakhya) ৷
Erosion in Kalgasia : খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত খাৰবাল্লী প্ৰাথমিক বিদ্যালয়
খহনী য়াত সম্পূৰ্ণৰূৰ্ণ পে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় (School on the way to collapse in erosion) । আনফালে যন্ত্ৰচালিত নাৱেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাত্ৰা । ভয়ংকৰ দুৰ্ঘদুটৰ্ঘনা সংঘটিত হোৱাৰ আশংকা । কাণসাৰ নাই জনপ্রতিনিধি কিম্বা জিলা প্ৰশাসনৰ (massive erosion in Kalgasia Barpeta)
AJP Press conference: মুখ্যমন্ত্ৰীয়ে নাগৰিকপঞ্জী অসাৰ কৰিব বিচাৰিছে
এন আৰ চিক লৈ সৰৱ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ (AJP President Lurinjyoti Gogoi)। নাগৰিকপঞ্জীৰ পৰা বাদ পৰা সন্দে হযুক্ত বিদেশীক ‘প্রত্যাখ্যান জাননী' নিদিয়া বাবে ন্যায়্যাধীকৰণত গোচৰ নোহোৱাৰ অজুহা জু তত নতুন বিষয়াসকলক অব্যাহতি দিব বিচৰা হৈছে,যিটো আইনবিৰোধী । নিজৰ দলীয় ৰাজনী তি আৰু বিফলতা ঢাকিবলৈ ন্যায়াধীকৰণত নতুনকৈ নিযুক্ত বিষয়াসকলক অব্যাহতিহে দিব বিচাৰিছে ।
Smuggled cattle seized at Puranigudam: পুৰণিগুদামত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ
পুৰণিগুদামত আৰক্ষীয়ে নথিপত্ৰবিহীন এখন গৰুভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে (Smuggled cattle seized in Nagaon)৷ ঘটনা অনুসনু ৰি সৰ্বভা ৰ্ব ৰতীয় গো সুৰক্ষা সমিতিৰ (All India Cow Protection Society) সদস্যৰ এটা দলে পুৰণিগুদাম ন আলিমূৰত প্ৰথমে গৰুভৰ্তি বাহনখন দেখি সন্দেহৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীক খবৰ দিয়ে (Smuggled cattle seized at Puranigudam)৷
5 killed by N Carolina shooter: আৰক্ষী বিষয়াকে ধৰি 5 গৰাকীক গুলীয়াই হত্যা
বৃহস্পতিবাৰে সন্ধিয়া নৰ্থ কেৰ্থ ৰোলিনাত আততায়ীয়ে আৰক্ষী বিষয়াসহ 5 গৰাকী লোকক গুলীয়াই হত্যা কৰে (5 killed by N Carolina shooter)