Bharat Jodo Yatra in Kota : ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ
ৰাজস্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত অঘটন । তেওঁৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Young man tried to commit suicide)। যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
Hiamchal election results: ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ
একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে (Jairam Thakur elected for sixth times) । প্ৰায় 20,000 ভোটত জয়লাভ কৰিছে ঠাকুৰে ৷ ২০১৭ চনত কংগ্ৰেছৰ চেতৰামক ১১২৫৪ টা ভোটত পৰাস্ত কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় নেতাগৰাকী ।
New York Times : নিউয়ৰ্ক টাইমছৰ 24 ঘণ্টীয়া নিউজৰুম ধৰ্মঘট
নিউয়ৰ্ক টাইমছৰ শ শ সাংবাদিক আৰু অন্যান্য কৰ্মচাৰীয়ে বৃহস্পতিবাৰে 24 ঘণ্টীয়া ধৰ্মঘটৰ বাবে সাজু হৈছে (New York Times 24 hour walkout) । উল্লেখ্য, 40 বছৰতকৈও অধিক সময়ৰ বাতৰিকাকতখনৰ ইতিহাসত এনে ধৰণৰ ধৰ্মঘট এয়াই প্ৰথম হ'ব ।
HSLC exam 2023 date announced: HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই
HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই ৷ 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ হ’ব HSLC পৰীক্ষা (HSLC exam) ৷ নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব এইবাৰৰ HSLC পৰীক্ষা ৷
Dhubri govt school condition: প্ৰধান শিক্ষকৰ নেতৃত্বত চলিছে চৰম অৰাজকতা !
ধুবুৰীৰ অহিৰউদ্দিন নামাগাঁও এল পি স্কুলত চলিছে অৰাজকতা (Anarchy prevails at Ahiruddin Namagaon LP School)। প্ৰধান শিক্ষকৰ বিৰুদ্ধে কেইবাটাও অভিযোগ স্থানীয় ৰাইজৰ । প্ৰধান শিক্ষকক বদলি কৰি আন ঠাইলৈ প্ৰেৰণৰ দাবী ৰাইজৰ ।