- আমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
- আমগুৰি ভূঞাহাটৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত বলেৰ' পিক আপ ভান আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ
- থিতাতে নিহত স্কুটী আৰোহী মাখন কাকতি মানৰ এজন ব্যক্তি
- নিহত ব্যক্তিজন জৰাবাৰী কাকতি গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল বুলি জানিব পৰা গৈছে বলেৰ’ পিকআপ ভানৰ খুন্দাত নিহত স্কুটী আৰোহী
বলেৰ’ পিকআপ ভানৰ খুন্দাত নিহত স্কুটী আৰোহী - one died in road accident
আমগুৰিৰ ভূঞাহাটৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত বলেৰ' পিক আপ ভান আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ (Road accident at Amguri)৷ এই দুৰ্ঘটনাত স্কুটী আৰোহীগৰাকী থিতাতে নিহত হয়(one died in road accident)৷

পিকআপ ভানৰ খুন্দাত নিহত স্কুটী আৰোহী