অসম

assam

ETV Bharat / state

সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

যোগেন মহনে কেবিনেট মন্ত্ৰীত্ব লাভ কৰাৰ পাছতেই দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৷

সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ
সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

By

Published : May 16, 2021, 10:04 PM IST

মৰাণ, 16মে’:ৰাজ্যৰ বিভিন্ন জিলা সমূহৰ দৰে চৰাইদেউ জিলাতো ক্ৰমাৎ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । যোগেন মহনে কেবিনেট মন্ত্ৰীত্ব লাভ কৰাৰ পাছতেই দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৷

সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনত থকা ক'ভিড ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্বাস্থ্য কর্মী সকলৰ সৈতে চিকিৎসালয় খনৰ আন্তঃগাঁঠনিৰ সৰ্ম্পকে পৰ্যালোচনা কৰে ৷

সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

উল্লেখযোগ্য যে, মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খন ভ্ৰমণ কৰি ক'ভিড ৰোগী সকলে যাতে সকলো সুবিধা লাভ কৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ চিকিৎসক আৰু বিষয়া সকলক নিৰ্দেশ দিয়ে । চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰী গৰাকীৰ লগত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই

ABOUT THE AUTHOR

...view details