চৰাইদেউ,10 ডিচেম্বৰ: কেবৰ বিৰুদ্ধে সোণাৰিৰ সাপেখাতীত উত্তপ্ত পৰিস্থিতি ৷ সাংসদ তপন গগৈ বিমলাপুৰস্থিত ঘৰ ঘেৰাও কৰিবলৈ যোৱা প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি । চৰাইদেউ মহকুমা আৰক্ষী বিষয়া ত্ৰিদিপ কুমবাংৰ লগত মুখামখি হতাহতি প্ৰতিবাদকাৰীৰ । তপন গগৈৰ বাসগৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ । দল সংগঠনৰ লগতে হাজাৰ হাজাৰ প্ৰতিবাদ কাৰীৰ অংশগ্ৰহণ ।
তপন গগৈ আৰু আঙুৰলতাৰ ঘৰ ঘেৰাও : প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ - বট'দ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ ঘৰ ঘেৰাও
কেবৰ বিৰোধী প্ৰতিবাদেৰে সোণাৰীৰ সাংসদ তপন গগৈ আৰু বট'দ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ ঘৰ ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে ৷ তপন গগৈৰ ঘৰৰ সন্মুখত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি
তপন গগৈ আৰু আঙুৰলতাৰ ঘৰ ঘেৰাও : প্ৰতিবাদকাৰীৰ হৈতে আৰক্ষীৰ হতাহতি
লগত পঢ়ক:নগাঁৱত প্ৰতিবাদকাৰীৰে আৰক্ষীৰ হতাহতি
Last Updated : Dec 10, 2019, 8:45 PM IST