অসম

assam

ETV Bharat / state

চৰাইদেউত এক ঘণ্টীয়া প্ৰতীকী ধৰ্মঘট কাৰ্যসূচী পালন উকীল সন্থাৰ - পূৰ্বৰ আদালতৰ পৰম্পৰা অটুত ৰখা

সোণাৰিত প্ৰতিবাদত নামিল উকীল সন্থা ৷ আদালতৰ নিয়মীয়া কাম-কাজ প্ৰৱৰ্তন কৰা, পূৰ্বৰ আদালতৰ পৰম্পৰা অটুত ৰখা আৰু বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু লাইব্ৰেৰী অনতি পলমে খুলি দিয়াৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ ৷

Advocate protest at charaideo
চৰাইদেউত এক ঘণ্টীয়া প্ৰতীক ধৰ্মঘট কাৰ্যসূচী পালন উকীল সন্থাৰ

By

Published : Aug 13, 2020, 5:02 PM IST

শিৱসাগৰ,12আগষ্টঃ বাৰ কাউন্সিল অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সিদ্ধান্ত অনুসৰি সদৌ অসম উকীল সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে ৰাজ্যজুৰি এক ঘণ্টীয়া প্ৰতীক ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় ।

চৰাইদেউত এক ঘণ্টীয়া প্ৰতীক ধৰ্মঘট কাৰ্যসূচী পালন উকীল সন্থাৰ

আদালতৰ নিয়মীয়া কাম-কাজ প্ৰৱৰ্তন কৰা, পূৰ্বৰ আদালতৰ পৰম্পৰা অটুত ৰখা আৰু বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু লাইব্ৰেৰী অনতি পলমে খুলি দিয়াৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে উকীল সকলে। চৰাইদেউ জিলাৰ সদৰ সোণাৰিস্থিত অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰে দাবীসমূহ পূৰণ কৰাৰ আহ্বান জনায় উকীল সন্থাই ।

লগতে পঢ়কঃ আধাৰশিলা স্থাপন কৰিবলৈ অথন্তৰ বিধায়ক শিলাদিত্য দেৱৰ

ABOUT THE AUTHOR

...view details