চৰাইদেউ, ১১ মাৰ্চ : চৰাইদেউ জিলাত উদ্ধাৰ নৱজাতক। জিলাখনৰ সোণাৰিৰ দিচাং দলঙৰ ওচৰত সোমবাৰে ৰাতিপুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে নৱজাতক।
চৰাইদেউত উদ্ধাৰ নৱজাতক - ইটিভি অসম
দিচাং দলঙৰ ওচৰত সোমবাৰে ৰাতিপুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে নৱজাতকটো।
etv bharat
প্ৰায় তিনিমহীয়া শিশুটি প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীতউপস্থিত হয় কাকতিবাৰী আৰক্ষী। বৰ্তমানে স্বাস্থ্য পৰীক্ষণৰ বাবে শিশুটোক হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।