অসম

assam

ETV Bharat / state

জুৰোড বিস্ফোৰণৰ 7 অভিযুক্তক নিয়া আদালতত হাজিৰ

আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত বিজয় অসম , জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্ময় লহকৰ, অমৃত বল্লভ গোস্বামী আৰু প্ৰকাশ ৰাজকোঁৱৰক ৷

প্ৰক্ৰিয়া

By

Published : Jul 18, 2019, 7:38 PM IST

গুৱাহাটী,18 জুলাইঃ বৃহস্পতিবাৰে নিয়াৰ আদালতত হাজিৰ কৰোৱা হয় গোচৰটোৰ সাতজন অভিযুক্তক ৷ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত বিজয় অসম , জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্ময় লহকৰ, অমৃত বল্লভ গোস্বামী আৰু প্ৰকাশ ৰাজকোঁৱৰক ৷
ইপিনে আদালত চৌহদত অভিযুক্ত প্ৰাণময় ৰাজগুৰু আৰু অমৃত বল্লভ গোস্বামীয়ে দাবী কৰিলে নিজৰ নিৰ্দোষিতা ৷

জু ৰোডৰ বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া গুৱাহাটী উচ্চ ন্য়ালয়ৰ পৰা হস্তান্তৰ কৰা হ'ল এন আই এৰ আদালতলৈ

অৱশ্যে মুখ খুলিব নিবিচাৰিলে আন এগৰাকী অভিযুক্ত জাহ্নৱী শইকীয়াই ৷ উল্লেখ্য যে অহা 2 আগষ্টত পুনৰ নিয়াৰ আদালতত হাজিৰ কৰোৱা হ'ব আটাইকেইজন অভিযুক্তক ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details