গোলাঘাট, 13 মাৰ্চঃ গোলাঘাটৰ ৰঙাজানত জব্দ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক । বুধবাৰে গোলাঘাটৰ আৱকাৰী বিভাগে অবৈধভাৱে সৰবৰাহ কৰা দুখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । AS-17-B-1405 আৰু RJ-07-GB-0009 নম্বৰৰ ট্ৰাক দুখন জব্দ কৰে আৱকাৰী বিভাগে । সুৰা সৰবৰাহকাৰী ট্ৰাক দুখনৰ পৰা কোনোধৰণৰ কাগজ পত্ৰ লাভ কৰা নাই আৱকাৰী বিভাগে । অৰুণাচলৰ নাহৰলগুণৰ পৰা ডিমাপুৰৰ খটখটিলৈ অবৈধভাৱে কঢ়িয়াই লৈ গৈছিল প্ৰায় ত্ৰিশ লাখ টকাৰ সুৰা ।
ৰঙাজানত জব্দ ট্ৰাক ভৰ্তি অৰুণাচলী সুৰা - গোলাঘাট
বুধবাৰে গোলাঘাটৰ আৱকাৰী বিভাগে অবৈধভাৱে সৰবৰাহ কৰা দুখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়
ৰঙাজানত সুৰা ভৰ্তি ভৰ্তি