অসম

assam

ETV Bharat / state

অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰিল মহানগৰী

বৃহস্পতিবাৰে দিনৰ প্ৰায় ৪:৩০ বজাত উজান বজাৰ বিদ্যুৎ উপ-স‌ংমণ্ডলৰ অন্তৰ্গত আমবাৰীৰ বিদ্যুৎ পইণ্টত ১১,০০০ কে.বি. বিদ্যুৎ পৰিবাহী তাঁৰত জুই লাগে । ইয়াৰ পাছতে বিদ্যুৎ সংমণ্ডলৰ তৎপৰতাত সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে মহানগৰীৰ লোকসকল ।

অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰিল মহানগৰী

By

Published : May 23, 2019, 9:08 PM IST

গুৱাহাটী, ২৩ মে': দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো আজি নিৰ্বাচনৰ ফলাফলক লৈ ব্যাপক উৎসাহ - উদ্দীপনাৰ মাজতে এক অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰিল গুৱাহাটী মহানগৰী । বৃহস্পতিবাৰে দিনৰ প্ৰায় ৪:৩০ বজাত উজান বজাৰ বিদ্যুৎ উপ - স‌ংমণ্ডলৰ অন্তৰ্গত আমবাৰীৰ বিদ্যুৎ পইণ্টত ১১,০০০ কে.বি. বিদ্যুৎ পৰিবাহী তাঁৰ জ্বলি উঠে ।

অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পৰিল মহানগৰী

এই ঘটনা সংঘটিত হয় যদিও বিদ্যুৎ সংমণ্ডলৰ তৎপৰতাত কোনো ধৰণৰ বিপদ সংঘটিত নোহোৱাকৈ পৰিবাহী তাঁৰডালৰ জুই নিৰ্বাপন কৰা হয় ।

ABOUT THE AUTHOR

...view details