অসম

assam

ETV Bharat / state

সোণাৰিত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ - ETV bharat assam

হত্যাৰ সন্দেহ আৰক্ষী তথা স্থানীয় ৰাইজৰ

sonari

By

Published : Mar 7, 2019, 9:51 PM IST

sonari

চৰাইদেউ, ৭ মাৰ্চঃ চৰাইদেউৰ সোণাৰিৰ পাৰ্শ্বৱতী নাফুক চাহ বাগিচাৰ নগাকটাত অৰ্ধ উলংগ অৱস্হাত উদ্ধাৰ যুৱকৰ মৃতদেহ । মৃতদেহটো চফ্ৰাই চাহ বাগিছাৰ স্কুল বাছৰ হেণ্ডিমেন ৰাজ চুড়ী বুলি চিনাক্ত । বুধবাৰে নিশা প্ৰায় ৯ বজাত স্হানীয় যুৱক পুৰণ কৰ্মকাৰৰ লগত ওলাই আহিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৰাজ চুড়ীৰ পৰিয়ালে । আনহাতে, মৃতদেহটোৰ গুপ্তাংগ আৰু ডিঙিত আঘাটৰ চিন থকাৰ বাবে হত্যাৰ সন্দেহ আৰক্ষী আৰু স্থানীয় ৰাইজৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details