অসম

assam

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ জন্ম-জয়ন্তী পালন

By

Published : Jun 14, 2019, 3:39 AM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে কলাক্ষেত্ৰলৈ ৷ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ পালন কৰা হৈছে শ্ৰীশ্ৰী বদলা পদ্ম আতা 473 তম্​ জন্ম জয়ন্তী ৷

etv bharat

পাঞ্জাৱাৰী, 14 জুন: মহানগৰীৰ পঞ্জাৱাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰীশ্ৰী বদলা পদ্ম আতা পুৰুষৰ 473 তম্​ জন্ম জয়ন্তী ৷ বদলা আতাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই সাংস্কৃতিক সমাৰোহলৈ আগমন ঘটিছে অগণন ভক্তপ্ৰাণ লোকৰ ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ জন্ম-জয়ন্তী পালন

অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য-গীত, মুখা শিল্পৰ প্ৰদর্শনৰ লগতে বিভিন্ন আলোকচিত্ৰ প্ৰদর্শনীৰে ওখল মাখল হৈ পৰিছে কলাক্ষেত্ৰৰ পৰিৱেশ ৷

ABOUT THE AUTHOR

...view details