গুৱাহাটী, 23 মে': বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত গায়ক সীমান্ত শেখৰক সম্বৰ্ধনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ "আকৌ এবাৰ মোডী চৰকাৰ" শীৰ্ষক নিৰ্বাচন প্ৰচাৰ গীতটি গোৱাৰ বাবেই তেওঁক এই সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
আকৌ এবাৰ মোডী চৰকাৰ-গায়ক সীমান্ত শেখৰক সম্বৰ্ধনা - ETV BHARAT
বিজেপিৰ "আকৌ এবাৰ মোডী চৰকাৰ" শীৰ্ষক গীতটি গোৱাৰ বাবে সীমান্ত শেখৰক সম্বৰ্ধনা জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে ৷ এই গীতটিয়ে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰাৰ বাবেই নিৰ্বাচনত জয়ী হোৱা বুলি জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷
"আকৌ এবাৰ মোডী চৰকাৰ" শীৰ্ষক গীতৰ বাবে সীমান্ত শেখৰক সম্বৰ্ধনা
গীতটিয়ে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰাৰ লগতে জনসাধাৰণৰ মুখে মুখে প্ৰচলিত হোৱাৰ বাবেই নিৰ্বাচনত জয় লাভ কৰা বুলি জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷