অসম

assam

ETV Bharat / state

ৰাকেশ পালৰ বিৰুদ্ধে চিবিআইৰ গোচৰ ৰুজু - ৰাকেশ পাল

চিবিআইৰ অধীনত তদন্ত আৰম্ভ হ'লে ৰাকেশ পালৰ সম্পত্তিৰ সমূহ তথ্য লাভ কৰাৰ লগতে তেওঁ সংগ্ৰহ কৰা ধনৰ সকলো তথ্য পোহৰলৈ আহিব

ৰাকেশ পালৰ বিৰুদ্ধে চিবিআইৰ গোচৰ ৰুজু

By

Published : May 8, 2019, 6:34 PM IST

গুৱাহাটী, 8 মে': 2016 বৰ্ষৰ নৱেম্বৰৰ পৰা APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ গোচৰ চলি থকাৰ মাজতে চিবিআইয়ে ৰাকেশ পালৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি অনুসন্ধান চলাবৰ বাবে অনুমতি বিচাৰিছে আদালতৰ পৰা ৷ জানিব পৰা মতে এই পৰ্যন্ত ৰাকেশ পালৰ বিৰুদ্ধে ৰুজু হৈছে চাৰিটাকৈ গোচৰ।

ৰাকেশ পালৰ বিৰুদ্ধে চিবিআইৰ গোচৰ ৰুজু


চিবিআইৰ অধীনত তদন্ত আৰম্ভ হ'লে ৰাকেশ পালৰ সম্পত্তিৰ সমূহ তথ্য লাভ কৰাৰ লগতে তেওঁ সংগ্ৰহ কৰা ধনৰ সকলো তথ্য পোহৰলৈ আহিব ৷ আনহাতে APSC কেলেংকাৰীৰ নিকা তদন্ত হ'ব লাগে বুলি দাবী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ আৰু গণমুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক বেদান্ত লস্কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনটো APSC নিকা হোৱা নাই বুলি উল্লেখ কৰে বেদান্ত লস্কৰে ৷

ABOUT THE AUTHOR

...view details