অসম

assam

ETV Bharat / state

শেষ টোপাল তেজ থকালৈকে যুজঁ দিব বিজেপিয়েঃ ৰূপম গোস্বামী

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল ৷ সংবাদমেলত মমতাৰ নিৰ্দেশতে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ বিজেপিৰ সভাপতি দিলীপ ঘোষক আক্ৰমণৰ কথা উল্লেখ মুখপাত্ৰগৰাকীৰ

By

Published : May 8, 2019, 10:09 PM IST

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

  • ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল
  • পশ্চিমবংগত সংঘটিত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা বিজেপিৰ মুখপাত্ৰগৰাকীৰ
  • সংবাদমেলত মমতাৰ নিৰ্দেশতে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যখনৰ বিজেপি সভাপতি দিলীপ ঘোষক আক্ৰমণৰ কথা উল্লেখ
  • গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত শেষ টোপাল তেজ থকালৈকে যুজঁ দিব বিজেপিয়েঃ ৰূপম গোস্বামী
  • পৰাজয়ৰ ভয়তে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে
  • সংবাদমেলত কংগ্ৰেছকো সমালোচনা মুখপাত্ৰগৰাকীৰ
  • নিৰ্বাচনত পৰাজয়ৰ ভয়তেই কংগ্ৰেছে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ মুখপাত্ৰগৰাকীৰ
    ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

ABOUT THE AUTHOR

...view details