অসম

assam

ETV Bharat / state

সন্মুখত ঈদঃ মহানগৰীৰ বজাৰত ভিৰ - ফাঁচী বজাৰত গ্ৰাহকৰ ভিৰ

প্ৰতিখন ফল-মূলৰ দোকানত গ্ৰাহকে ফলমূল ক্ৰয়ৰ বাবে ভিৰ কৰাৰ লগতে এইবাৰ মহানগৰীৰ বজাৰ দখল কৰিছে কলকাতা, বিহাৰ, বাৰাণসীৰ সুস্বাদু চেৱৈয়ে ৷

পবিত্ৰ ঈদ উপলক্ষে ৰাজ্যৰ বজাৰত গ্ৰাহকৰ ভিৰ

By

Published : Jun 4, 2019, 7:24 PM IST

গুৱাহাটী, 4 জুন : ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী ৷ আকাশত ন - জোন প্ৰত্যক্ষ কৰাৰ পাছতে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ ৷ এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক আনন্দ-উছাহ ৷ প্ৰতিখন ফল-মূলৰ দোকানত গ্ৰাহকে ফলমূল ক্ৰয়ৰ বাবে ভিৰ কৰাৰ লগতে এইবাৰ মহানগৰীৰ বজাৰ দখল কৰিছে কলকাতা, বিহাৰ, বাৰাণসীৰ সুস্বাদু চেৱৈয়ে ৷

পবিত্ৰ ঈদ উপলক্ষে ৰাজ্যৰ বজাৰত গ্ৰাহকৰ ভিৰ

ইয়াৰোপৰি, পবিত্ৰ ঈদ উপলক্ষে ফাঁচী বজাৰত দেখা পোৱা গ'ল গ্ৰাহকৰ ভিৰ ৷ নিজৰ পছন্দৰ কাপোৰ তথা জোতা - চেণ্ডেল ক্ৰয়ৰ বাবে ফাঁচী বজাৰত দেখা পোৱা গ'ল ব্যাপক ব্যস্ততা ৷

ABOUT THE AUTHOR

...view details