পাইপ লাইন ফাটি আৱতৰীয়া বানপানী মহানগৰীৰ আদাবাৰীত - GMDA
পানীত ডুব গ'ল গুৱাহাটী আদাবাৰীৰ ঘাইপথ । GMDA ৰ পানী যোগান আঁচনিৰ পাইপ লাইন ফাটি বানপানীৰ সৃষ্টি হয় অঞ্চলটোত ৷
![পাইপ লাইন ফাটি আৱতৰীয়া বানপানী মহানগৰীৰ আদাবাৰীত](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3022537-thumbnail-3x2-pipe.jpg)
পাইপ লাইন ফাটি আবতৰীয়া বানপানী মহানগৰীৰ আদাবাৰীত
গুৱাহাটী, 16 এপ্ৰিলঃ মহানগৰীৰ আদাবাৰীত অভাৱনীয় ঘটনা ৷ এক আঁঠু পানীত ডুব গ'ল আদাবাৰীৰ ঘাইপথ । GMDAৰ পানী যোগান আঁচনিৰ পাইপ লাইন ফাটি বানপানীৰ সৃষ্টি হয় অঞ্চলটোত । পাইপৰ বিসংগতিৰ বাবে সৃষ্টি হয় এই অভাৱনীয় পৰিস্থিতিৰ । এই ঘটনাক লৈ হুৱাদুৱা লাগে অঞ্চলটোত । এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত ।
পাইপ লাইন ফাটি আবতৰীয়া বানপানী মহানগৰীৰ আদাবাৰীত