অসম

assam

ETV Bharat / state

অপৰিৱৰ্তিত ইন্ধনৰ মূল্য

বুধবাৰেও অপৰিৱৰ্তিত ভাৱে থাকিল পেট্ৰ'ল ডিজেলৰ মূল্য

By

Published : Feb 27, 2019, 11:42 AM IST

petrol

বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে বাঢ়িছে ইন্ধৰ মূল্য ।

petrol
কিন্তু বুধবাৰে অপৰিৱৰ্তিতভাৱে থাকিল পেট্ৰ'ল ডিজেলৰ মূল্য । গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.১৭ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৪২ টকা হয় ।

ABOUT THE AUTHOR

...view details