অসম

assam

By

Published : Jun 15, 2019, 11:32 AM IST

Updated : Jun 18, 2019, 10:57 AM IST

ETV Bharat / state

পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

শনিবাৰে ৰাজ্যত পুনৰ হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাই ক্ৰমে ৬৯.৫০ টকা আৰু ৬৪.৩২ টকা হ'লগৈ।

পুনৰ হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য

গুৱাহাটী, ১৫ জুন : শনিবাৰে ৰাজ্যত পুনৰ হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । শনিবাৰে তৃতীয় দিনালৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পালে ক্ৰমে ২০ আৰু ২৫ পইচাকৈ । গুৱাহাটী মহানগৰীত বৰ্তমান পেট্ৰ'লৰ মূল্য ৬৯.৫০ টকা আৰু ডিজেলৰ মূল্য ৬৪.৩২ টকা হ'লগৈ ।

পুনৰ হ্ৰাস পালে পেট্ৰল - ডিজেলৰ মূল্য
Last Updated : Jun 18, 2019, 10:57 AM IST

ABOUT THE AUTHOR

...view details