অসম

assam

ক্ৰমাগতভাৱে বৃদ্ধি পেট্ৰ’পণ্যৰ মূল্য

By

Published : May 26, 2019, 10:37 AM IST

গুৱাহাটীত দেওবাৰে প্ৰতিলিটাৰ পে'ট্ৰলৰ দাম ০.১৪ টকাকৈ বৃদ্ধি পাই ৭১.১৭ টকা হোৱাৰ পৰিৱৰ্তে ডিজেলৰ দাম ০.০৭ টকাকৈ বৃদ্ধি পাই ৬৭.১১ টকা হ'লগৈ ।

বৃদ্ধি পালে পে'ট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী, 26 মে': ৰাজ্যত পুনৰ বৃদ্ধি পালে পে'ট্ৰল আৰু ডিজেলৰ মূল্য । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তিনিদিন পাছতেই পেট্ৰ’লত ০.৪৪ টকা আৰু ডিজেলত ০.৩৭ টকাকৈ বৃদ্ধি পাইছে ।

বৃদ্ধি পালে পে'ট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটীত দেওবাৰে প্ৰতিলিটাৰ পে'ট্ৰ’লৰ দাম ০.১৪ টকাকৈ বৃদ্ধি পাই ৭১.১৭ টকা হোৱাৰ পৰিৱৰ্তে ডিজেলৰ দাম ০.০৭ টকাকৈ বৃদ্ধি পাই ৬৭.১১ টকা হ'লগৈ ।

ABOUT THE AUTHOR

...view details