পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য - মহানগৰী
পে'ট্ৰল আৰু ডিজেলত বৃদ্ধি ক্ৰমে ৬ পইচা আৰু ৮ পইচা
![পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2999034-thumbnail-3x2-petrol.jpg)
etv bharat
গুৱাহাটী, ১৪ এপ্ৰিলঃ দেওবাৰে পুনৰ বৃদ্ধি পালে খাৰুৱা তেলৰ মূল্য । প্ৰতি লিটাৰ পে'ট্ৰলত ৬ পইচাকৈ বৃদ্ধি হোৱাৰ লগতে ডিজেলত বৃদ্ধি ৮ পইচা । গুৱাহাটী মহানগৰীত দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৪৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.৬৯ টকা ।
পে'ট্ৰল আৰু ডিজেলত বৃদ্ধি ক্ৰমে ৬ পইচা আৰু ৮ পইচা