বেজেৰাত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ - শপত গ্ৰহণ
শপত গ্ৰহণ অনুষ্ঠানতেই নিৰ্বাচিত সভাপতি আৰু উপ-সভাপতি
![বেজেৰাত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2440904-1011-3422e54d-a355-4628-a6e3-0223e4ba02a2.jpg)
baihata panchayat
কামৰূপ, ১৩ ফেব্ৰুৱাৰীঃ বাইহাটা চাৰিআলিৰ বেজেৰাত নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ। বুধবাৰে বেজেৰা উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৭খন পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিক শপত বাক্য পাঠ কৰাই অতিৰিক্ত উপায়ুক্ত মুনিন্দ্ৰ নাট আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীয়ে। শপত গ্ৰহণ অনুষ্ঠানতেই আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতিৰ পাৰ্থী নিৰ্বাচন কৰে প্ৰতিনিধিসকলে।