অসম

assam

ETV Bharat / state

গুৱাহাটীৰ ৰাজপথত চিটি বাছৰ নাটনি - গুৱাহাটী

সোমবাৰে পুৱাই মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল চিটি বাছৰ নাটনি ৷ বাছৰ বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱা পৰিলক্ষিত হয় মহানগৰীত ।

গুৱাহাটীৰ ৰাজপথত চিটি বাছৰ নাটনি

By

Published : Apr 22, 2019, 11:03 AM IST

গুৱাহাটী, 22 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান ঘণ্টা বাকী । গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিৰ 4 খন আসনৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ বাবে চিটী বাছ সমূহ অধিগ্ৰহণ কৰাৰ ফলত গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল চিটি বাছৰ নাটনি ।

গুৱাহাটীৰ ৰাজপথত চিটি বাছৰ নাটনি

চিটি বাছ নোহোৱাৰ বাবে বিভিন্ন সমস্যাৰ সম্মুখীন হ'ব লগা হয় যাত্ৰীসকল ৷ তাৰোপৰি চিটি বাছৰ বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱা পৰিলক্ষিত হয় মহানগৰীত ।

ABOUT THE AUTHOR

...view details