অসম

assam

ETV Bharat / state

27 চেকেণ্ডত পৰীক্ষা কৰিব পাৰিব সোণৰ বিশুদ্ধতা - দেৱজিৎ ভূঞা

গুৱাহাটীত মুকলি হ'লমাৰ্ক চেণ্টাৰ ৷ গুৱাহাটীৰ লাখটকীয়াস্থিত চৌধুৰী কমপ্লেক্সত মুকলি সোণ-ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ণৰ হলমাৰ্ক কেন্দ্ৰ ৷

27 চেকেণ্ডত পৰীক্ষা কৰিব পাৰিব সোণৰ বিশুদ্ধতা

By

Published : May 20, 2019, 8:58 PM IST

গুৱাহাটী, 20 মে’ : সোমবাৰে গুৱাহাটীৰ লাখটকীয়াস্থিত চৌধুৰী কমপ্লেক্সত মুকলি কৰা হয় এটা সোণ ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ণ কৰা এটা হ’লমাৰ্ক কেন্দ্ৰ ৷ হ'লমাৰ্ক কেন্দ্ৰটো ফিটা কাটি মুকলি কৰে জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথ আৰু সাংবাদিক দেৱজিৎ ভূঞাই ৷

27 চেকেণ্ডত পৰীক্ষা কৰিব পাৰিব সোণৰ বিশুদ্ধতা

এই কেন্দ্ৰই গ্ৰাহকক সোণৰ বিশুদ্ধতা নিৰূপণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক কৰিব বুলি উল্লেখ কৰে কৃষ্ণমনিয়ে । আনহাতে সাংবাদিক দেৱজিৎ ভূঞাই কয়, বিভিন্ন সময়ত ভেজাল সোণ কিনি গ্ৰাহকে ঠগ খোৱা দেখিবলৈ পোৱা যায় ৷ গতিকে এতিয়াৰ পৰা কেৱল ২৭ চেকেণ্ডৰ ভিতৰতে গ্ৰাহকে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰিব । অসমৰ এইটো তৃতীয়টো হ’লমাৰ্ক কেন্দ্ৰ । মুকলি অনুষ্ঠানত কেন্দ্ৰটোৰ স্বত্বাধিকাৰ দীপক সাহা, সদৌ অসম স্বৰ্ণ শিল্পী এশ্বছিয়েচনৰ সম্পাদক জয়নাল আবেদী উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details