অসম

assam

ETV Bharat / state

CAB ক লৈ নগাঁৱত মন্তব্য মন্ত্ৰী ৰাজেন গোঁহাই

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাটো বিজেপিৰ এজেণ্ডা

rajen gohai

By

Published : Feb 20, 2019, 8:59 PM IST

rajen gohai

নগাঁও, ২০ ফেব্ৰুৱাৰীঃ নগাঁৱত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ মন্তব্য" পৰৱৰ্তী সময়ত ৰাজ্যসভাত পুনৰ গৃহীত কৰা হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক। বিগত সময়ত ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে গৃহীত কৰাব নোৱাৰিলো বিধেয়কখন। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাটো বিজেপিৰ এজেণ্ডা।" ২০১৯ ত দিল্লীত বিজেপি চৰকাৰ হলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে নগাঁৱত মন্ত্ৰী গৰাকীৰ এনে মন্তব্যই ক্ষোভিত কৰিছে জনসাধৰণক।

ABOUT THE AUTHOR

...view details