অসম

assam

By

Published : May 31, 2019, 11:27 PM IST

ETV Bharat / state

এন আৰ চিৰ সন্দৰ্ভত কি ক'লে লুৰিণ জ্যোতি গগৈয়ে

সদৌ অসম ছাত্ৰ সন্থাই এন আৰ চি উন্নীতকৰণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এখন হস্তক্ষেপ আবেদন পত্ৰ ৷

এন আৰ চিৰ সন্দৰ্ভত কি ক'লে আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে

  • এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ে সময়সীমা ধাৰ্য কৰি দিছে
  • বৰ্তমান দাবী আৰু আপত্তিৰ কাম কাজ চলি আছে
  • নাগৰিকপঞ্জীৰ পৰা প্ৰায় 40 লাখ লোকৰ নাম কৰ্তন হৈছিল
  • ইয়াৰে 37 লাখ লোকে দাবী পত্ৰ পূৰণ কৰিছে
  • ক্ৰুটিহীন আৰু বিদেশী মুক্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰাটো সকলোৰে দায়িত্ব
  • অবৈধ বিদেশীৰ নাম কোনোপধ্যে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব
  • ডিটেনচন কেম্পত থকা ব্যক্তিসকলক চৰ্ত সাপেক্ষে এৰি দিয়াৰ বাবে প্ৰশাসন সাজু হৈছে
  • সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই বিষয়ত এখন হস্তক্ষেপ আবেদন পত্ৰ দাখিল কৰিছে
  • অসম চুক্তিৰ মৰ্মে বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগে
  • বিদেশী হিচাপে চিনাক্ত হোৱা সন্ধানহীন লোকসকলক শীঘ্ৰে কৰায়ত্ত কৰিব লাগে
  • দাবী পত্ৰ পূৰণ নকৰা তিনি লাখ বিদেশী নাগৰিককো শীঘ্ৰে কৰায়ত্ত কৰিব লাগে
    এন আৰ চিৰ সন্দৰ্ভত কি ক'লে আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে

ABOUT THE AUTHOR

...view details