অসম

assam

ETV Bharat / state

মহানগৰীত আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান - guwahati

প্ৰাগজ্যোতিষপুৰ আৱকাৰী বিভাগৰ অভিযানত জব্দ ৮০০ লিটাৰ চুলাই প্ৰস্তুতকাৰী পনীয় লগতে ৩০ লিটাৰ চুলাই ৷

etv bharat

By

Published : May 29, 2019, 5:44 AM IST

গুৱাহাটী, 28 মে’: মঙলবাৰে গুৱাহাটীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই প্ৰাগজ্যোতিষপুৰ আৱকাৰী বিভাগে ৷ মহানগৰীত দৈনিক বৃদ্ধি পোৱা অবৈধ সুৰাৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে আবকাৰী বিভাগ ৷ মহানগৰৰ কেইবাটাও স্থানত অভিযান চলাই দলটোৱে জব্দ কৰে ৮০০ লিটাৰ চুলাই প্ৰস্তুতকাৰী পনীয় আৰু ৩০ লিটাৰ চুলাই ৷

মহানগৰীত আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতেই সঘনাই এনেদৰে অভিযান চলাই থকা হয় যদিও বৰ্তমানো অব্যাহত আছে চুলাই ৰমৰমীয়া বেহা । একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ চুকে কোণে বিক্ৰী কৰি আছে চুলাই । আনহাতে, আগলৈও অবৈধ চুলাই বিৰুদ্ধে এনে অভিযান সদায়ে অব্যাহত থাকিব বুলি প্ৰকাশ কৰে অভিযানকাৰী দলটোৱে ৷

জব্দ ৮০০ লিটাৰ চুলাই প্ৰস্তুতকাৰী পনীয় লগতে ৩০ লিটাৰ চুলাই

ABOUT THE AUTHOR

...view details