অসম

assam

ETV Bharat / state

মহানগৰীত চুলাই বিৰোধী অভিযান

শনিবাৰে মহানগৰীৰ ভূতনাথ,কালীপুৰত চলিল আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান

By

Published : Mar 16, 2019, 6:58 PM IST

চুলাই বিৰোধী অভিযান

চুলাই অভিযান

গুৱাহাটী, 16 মাৰ্চঃ মহানগৰীত অব্যাহত আছে চুলাই বিৰোধী অভিযান । শনিবাৰেমহানগৰীৰ ভূতনাথ,কালীপুৰত চলিল আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান ।এই অভিযানতআবকাৰী বিভাগে নষ্ট কৰে প্ৰায় এশ লিটাৰ চুলাই । আনহাতে, নিয়মীয়াকৈ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আবকাৰী বিভাগে । লগতেমহানগৰীৰ বিভিন্ন অঞ্চলত বৰ্তমানেও অবৈধভাৱে চুলাইৰ ঘাটি চলি থকা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, বিগত ফেব্ৰুৱাৰী মাহত গোলাঘাট আৰু যোৰহাটত চুলাই পান কৰি মৃত্যু হৈছিল ডেৰ শতাধিক লোক ৷ তাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুলাই বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সাধৰণ জনতাই ৷

ABOUT THE AUTHOR

...view details