অসম

assam

ETV Bharat / state

বটা চৰাই পালনেৰে স্বাৱলম্বী ইণ্টু - লখিমপুৰ

মাত্ৰ ১০ টা বটা চৰাইৰে আৰম্ভ কৰা ইন্টুৰ ফাৰ্মত এতিয়া সংখ্যা ১৪০০ ৰো অধিক

quail birds

By

Published : Mar 12, 2019, 12:56 AM IST

লখিমপুৰ, ১১ মাৰ্চঃ লখিমপুৰৰ নাওবৈচাত বটা চৰাই পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ইণ্টু দত্ত নামৰ যুৱকজনে । মাত্ৰ ১০ টা বটা চৰাইৰে আৰম্ভ কৰা ইন্টুৰ ফাৰ্মত এতিয়া সংখ্যা ১৪০০ ৰো অধিক । এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি আৰ্থিকভাৱে জুৰুলা ইণ্টু দত্তৰ ব্যৱসায় শিপাইছে অৰুণাচললৈ । উচ্চশিক্ষা লাভ কৰাৰ পাচতে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা নকৰি বটা চৰাইৰ লগতে বিভিন্ন প্ৰজাতিৰ হাঁহ পালনেৰে নিজে স্বাৱলম্বি হোৱাৰ উপৰিও আন বহুতো নিবনুৱাৰ বাবে প্ৰৰণা হৈ পৰে ।

quail birds

ABOUT THE AUTHOR

...view details