গুৱাহাটী, 9 মাৰ্চঃ গুৱাহাটী ৰেল ষ্টেচনত নতুন সংযোজন ।
যাত্ৰীৰ সুবিধাৰ বাবে পল্টনবজাৰ ৰেল ষ্টেচনত শনিবাৰৰ পৰা মুকলি কৰা হ'ল এটা এছকেলেটৰ আৰু এটা লিফ্ট ।
পল্টনবজাৰ ৰেল ষ্টেচনত নতুন সংযোজন - গুৱাহাটী ৰেল ষ্টেচন
ৰেল বিভাগৰ বিষয়াববীয়াসকলৰ উপস্থিতিত শনিবাৰে সাংসদ ৰমেন ডেকাই মুকলি কৰে লিফ্ট আৰু এছকেলেটৰ
![পল্টনবজাৰ ৰেল ষ্টেচনত নতুন সংযোজন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2651219-560-a5bcb998-8348-4044-a5d8-e4ff14a0d45e.jpg)
railway
railway
ৰেল বিভাগৰ বিষয়াববীয়াসকলৰ উপস্থিতিত শনিবাৰে সাংসদ ৰমেন ডেকাই মুকলি কৰে লিফ্ট আৰু এছকেলেটৰ । আনহাতে, গুৱাহাটী ৰেল ষ্টেচনত আৰু পাঁচটা এছকেলেটৰ আৰু দুটা কৈ লিফ্টৰ আধাৰশিলা স্থাপন কৰে সাংসদ গৰাকীয়ে ৷